অসমৰ ইতিহাস আৰু সংস্কৃতি গঢ়া ব্যক্তিসকল।
পঞ্চদশ শতিকাৰ মহাপুৰুষ, যিজনে অসমত নৱবৈষ্ণৱ (একশৰণ) ধৰ্ম প্ৰৱৰ্তন কৰি আধুনিক অসমীয়া সংস্কৃতিৰ ভেটি গঢ়িছিল।